ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মমতা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মমতা   বিশেষ্য

ಅರ್ಥ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে

ಉದಾಹರಣೆ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা

ಸಮಾನಾರ್ಥಕ : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি

ಅರ್ಥ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব

ಉದಾಹರಣೆ : সাধুসকল মোহত নপৰে

ಸಮಾನಾರ್ಥಕ : মোহ

ಅರ್ಥ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা

ಉದಾಹರಣೆ : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল

ಸಮಾನಾರ್ಥಕ : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ

ಅರ್ಥ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম

ಉದಾಹರಣೆ : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়