ಅರ್ಥ : মনো বিজ্ঞানৰ জ্ঞাতা
ಉದಾಹರಣೆ :
তেওঁ এজন সুপ্রসিদ্ধ মনোবৈজ্ঞানিক
ಅರ್ಥ : মনোবিজ্ঞানৰ জ্ঞান থকা লোক
ಉದಾಹರಣೆ :
এই সন্মিলনখনত দেশ-বিদেশৰ মনোবৈজ্ঞানিকসকলে ভাগ লʼব
ಸಮಾನಾರ್ಥಕ : মনোবিজ্ঞানী
ಅರ್ಥ : মনোবিজ্ঞান বিষয়ত যাৰ ভাৰ দখল আছে
ಉದಾಹರಣೆ :
ইয়াত ভাল মনোবৈজ্ঞানিকৰ অভাৱ আছে
ಸಮಾನಾರ್ಥಕ : মনোবিজ্ঞানী