ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মনা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মনা   ক্ৰিয়া

ಅರ್ಥ : মানি লোৱা

ಉದಾಹರಣೆ : ঠেহ পতা ৰাণীয়ে মানিলে

ಅರ್ಥ : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা

ಉದಾಹರಣೆ : মই তেখেতক বহুত মানো

ಅರ್ಥ : সহমত হোৱা

ಉದಾಹರಣೆ : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

ಸಮಾನಾರ್ಥಕ : মানি চলা, স্বীকাৰ কৰা, ৰাজি হোৱা

ಅರ್ಥ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

ಉದಾಹರಣೆ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

ಸಮಾನಾರ್ಥಕ : মানি লোৱা, স্বীকাৰ কৰা

ಅರ್ಥ : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা

ಉದಾಹರಣೆ : মই নিৰাকাৰ ঈশ্বৰক মানো

ಅರ್ಥ : মহত্ত্ব বুজি পোৱা

ಉದಾಹರಣೆ : এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক