ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মন   বিশেষ্য

ಅರ್ಥ : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি

ಉದಾಹರಣೆ : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম

ಸಮಾನಾರ್ಥಕ : চিত্ত, পেট, মগজু, মানস

ಅರ್ಥ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

ಉದಾಹರಣೆ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

ಸಮಾನಾರ್ಥಕ : অভিৰুচি, আগ্রহ, ইচ্ছা, ধাউতি, হাবিলাস, হাবিয়াস, ৰুচি

ಅರ್ಥ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ