ಅರ್ಥ : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
ಉದಾಹರಣೆ :
মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
ಸಮಾನಾರ್ಥಕ : মদাহী
ಅರ್ಥ : অত্যধিক মদ পান কৰোতা
ಉದಾಹರಣೆ :
মদ্যপায়ীয়ে সংসাৰত কিমান যে আলৈ-আহুকালৰ সৃষ্টি কৰে
ಸಮಾನಾರ್ಥಕ : তেবাহী মদপী, মদ্যপায়ী