ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
ಉದಾಹರಣೆ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
ಸಮಾನಾರ್ಥಕ : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মনীষা, মেধা
ಅರ್ಥ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
ಉದಾಹರಣೆ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
ಸಮಾನಾರ್ಥಕ : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মেধা
ಅರ್ಥ : সাগৰগর্ভত ্ পোৱা এবিধ মূল্যৱান ৰত্ন
ಉದಾಹರಣೆ : গীতাই মুকুতাৰ আঙঠি পিন্ধিছে
ಸಮಾನಾರ್ಥಕ : মুকুতা, মুকুতা-মণি, মুক্তা, মুক্তিকা, মৌক্তিক, মৌতি
ಸ್ಥಾಪನೆ