ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মতা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মতা   বিশেষ্য

ಅರ್ಥ : মানৱ জাতিৰ মতা

ಉದಾಹರಣೆ : পুৰুষ আৰু মহিলাৰ শাৰীৰিক গঠন বেলেগ বেলেগ

ಸಮಾನಾರ್ಥಕ : পুৰুষ, মতা মানুহ, মুনিহ, মৰদ

ಅರ್ಥ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, স্বামী

মতা   ক্ৰিয়া

ಅರ್ಥ : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা

ಉದಾಹರಣೆ : আইতাই ককাক ইংগিতেৰে মাতি আছে

ಅರ್ಥ : নামেৰে জনা

ಉದಾಹರಣೆ : মানুহে গান্ধীজীক বাপু বুলিও কয়

ಸಮಾನಾರ್ಥಕ : কোৱা

ಅರ್ಥ : আমন্ত্রণ জনোৱা

ಉದಾಹರಣೆ : তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে

ಸಮಾನಾರ್ಥಕ : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা

ಅರ್ಥ : শ্্ব্দ কৰি মতা কার্য

ಉದಾಹರಣೆ : মায়ে তোমাক মাতি আছে

ಸಮಾನಾರ್ಥಕ : ডাক দিয়া, ডাকা, মাত দিয়া

ಅರ್ಥ : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা

ಉದಾಹರಣೆ : ৰাতিপুৱা চৰায়ে মাতে

ಅರ್ಥ : কোনো পৰিচিতৰ লগত কথা কোৱা

ಉದಾಹರಣೆ : আজিকালি শীলাই মোক নামাতে