ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
ಉದಾಹರಣೆ : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
ಸಮಾನಾರ್ಥಕ : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, ফন্দি
ಅರ್ಥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
ಉದಾಹರಣೆ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
ಸಮಾನಾರ್ಥಕ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, লক্ষ্য, হেতু
ಅರ್ಥ : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়
ಉದಾಹರಣೆ : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে
ಸಮಾನಾರ್ಥಕ : অর্থ, ্তাৎপর্য, ্ভাব
ಅರ್ಥ : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক
ಉದಾಹರಣೆ : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই
ಸಮಾನಾರ್ಥಕ : সম্পর্ক, সম্বন্ধ
ಸ್ಥಾಪನೆ