ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ মণ্ডল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

মণ্ডল   বিশেষ্য

ಅರ್ಥ : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা

ಉದಾಹರಣೆ : সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে

ಅರ್ಥ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

ಉದಾಹರಣೆ : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

ಸಮಾನಾರ್ಥಕ : পৰিধি

ಅರ್ಥ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ಉದಾಹರಣೆ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

ಸಮಾನಾರ್ಥಕ : দল, মণ্ডলী, সংগঠন

ಅರ್ಥ : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ

ಉದಾಹರಣೆ : উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে