ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
ಉದಾಹರಣೆ : এইখন বিয়াৰ ৰভা
ಸಮಾನಾರ್ಥಕ : চামিয়ানা, চালি, পেণ্ডেল, বিতান, ৰভা, ৰভা-পৰলা
ಅರ್ಥ : একপ্রকাৰৰ ডাঙৰ তম্বু
ಉದಾಹರಣೆ : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
ಸಮಾನಾರ್ಥಕ : চন্দ্রতাপ, চামিয়ানা
ಅರ್ಥ : সভাৰ অধিবেশন বা উৎসৱ আদিৰ বাবে বনোৱা তম্বু
ಉದಾಹರಣೆ : কৃপা কৰি আপোনালোকে সভাপতিৰ প্রস্থানৰ পিছতহে ৰভা ঘৰ এৰে যেন
ಸಮಾನಾರ್ಥಕ : ৰভা ঘৰ, ৰভাস্থলী
ಸ್ಥಾಪನೆ