ಅರ್ಥ : পৰিশ্রম কৰাৰ বিনিময়ত বা পাৰিতোষিক হিচাপে দিয়া বিশেষ ধন
ಉದಾಹರಣೆ :
উচিত পাৰিশ্রমিক নোপোৱাৰ কাৰণে শ্রমিকে হৰতাল কৰি আছে
ಸಮಾನಾರ್ಥಕ : পাৰিশ্রমিক
ಅರ್ಥ : মজদুৰে পোৱা পাৰিশ্রমিক
ಉದಾಹರಣೆ :
তেওঁ প্রতিদিন এশ টকা মজুৰি লয়
ಅರ್ಥ : পাৰিশ্রমিকৰ দান
ಉದಾಹರಣೆ :
ঠিকাদাৰে খান্তাটোৰ মজুৰি এহেজাৰ টকা বিচাৰিছে
ಸಮಾನಾರ್ಥಕ : পাৰিশ্রমিক, বানচ