ಅರ್ಥ : কোনো খাদ্য বা পানীয় আদি সুগন্ধি আৰু সুস্বাদু কৰিবৰ কাৰণে মিহলোৱা বিশেষ প্রকাৰৰ ভেষজ দ্রৱ্য
ಉದಾಹರಣೆ :
মছলাই খাদ্য সুস্বাদু কৰি তোলে জালুক, জিৰা, ধনীয়া আদি মছলা
ಸಮಾನಾರ್ಥಕ : মছলা
ಅರ್ಥ : কিছুমান খাদ্য বা পেয় পদার্থ আদিক অধিক সুস্বাদু, গুণযুক্ত কৰিবৰ বাবে প্রযুক্ত পদার্থ
ಉದಾಹರಣೆ :
আজিকালি সকলো বস্তু বনাবলৈ তৈয়াৰী মচলা পোৱা যায়
ಸಮಾನಾರ್ಥಕ : মছলা