ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
ಉದಾಹರಣೆ : সকলোৰে মংগল হোৱা কাম কৰা উচিত
ಸಮಾನಾರ್ಥಕ : কল্যাণ, ভাল, লাভ, হিত
ಅರ್ಥ : কুশল হোৱাৰ অৱস্থা বা ভাৱ
ಉದಾಹರಣೆ : সকলোৰে মংগল ভগৱানৰ হাতত আছে
ಸಮಾನಾರ್ಥಕ : কল্যাণ, কুশল
ಅರ್ಥ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা
ಉದಾಹರಣೆ : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত
ಸಮಾನಾರ್ಥಕ : কল্যাণ, ভাল, মঙ্গল, শুভ
ಸ್ಥಾಪನೆ