ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভর্তি কৰা কার্য
ಉದಾಹರಣೆ : গুদামত ধান ভৰাই থকা হৈছে
ಅರ್ಥ : কোনো বস্তু আদিৰ খালী ঠাইৰ কোনো অংশ বস্তুৰে পূর্ণ ্হোৱা
ಉದಾಹರಣೆ : বৰষুণৰ পানীৰে পুখুৰীটো ভৰি গʼল
ಸಮಾನಾರ್ಥಕ : ভৰি যোৱা
ಅರ್ಥ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা
ಉದಾಹರಣೆ : পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে
ಸಮಾನಾರ್ಥಕ : ভৰোৱা
ಸ್ಥಾಪನೆ