ಅರ್ಥ : পাগলৰ দৰে ব্যর্থ ্কথা কোৱা
ಉದಾಹರಣೆ :
তীব্র জ্বৰৰ বাবে তেওঁ ্প্রলাপ বকি আছে
ಸಮಾನಾರ್ಥಕ : প্রলাপ বকা, ভুল বকা
ಅರ್ಥ : মনৰ ভিতৰতে অস্পষ্ট শ্্ব্দত কিবা কোৱা
ಉದಾಹರಣೆ :
কাম কৰিবলৈ কওঁতেই তেওঁ ্ভোৰভোৰাবলৈ লাগিল
ಅರ್ಥ : টোপনি বা বেহুচ হৈ থকাৰ সময়ত কিবাকিবি কোৱা
ಉದಾಹರಣೆ :
সুমনৰ আইতাকে ৰাতি শোৱাৰ পিছত বেলবেলাই থাকে
ಸಮಾನಾರ್ಥಕ : বেলবেলোৱা