ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
ಉದಾಹರಣೆ : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
ಸಮಾನಾರ್ಥಕ : কামী, কামুক, বিষয়ী, লম্পট
ಅರ್ಥ : যাৰ কামবাসনা বহুত
ಉದಾಹರಣೆ : তেওঁ এজন ্কামুক ব্যক্তি
ಸಮಾನಾರ್ಥಕ : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, বিষয়ী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
ಅರ್ಥ : বিষয় আদিৰ ভোগ কৰোঁতা
ಉದಾಹರಣೆ : বিষয়াসক্ত ব্যক্তি যদি অসংযমিত হৈ পৰে তেতিয়া তেওঁ ্ৰোগগ্রস্থ হৈ পৰে
ಸಮಾನಾರ್ಥಕ : বিষয়াসক্ত, বিষয়ী
ಸ್ಥಾಪನೆ