ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব
ಉದಾಹರಣೆ : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল
ಸಮಾನಾರ್ಥಕ : অনৈক্য, অমিল, ফাট, বিভাজন, বিভেদ
ಅರ್ಥ : সমান নোহোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : এই দুয়োটা বস্তুৰ মাজত বহুত পার্থক্য আছে
ಸಮಾನಾರ್ಥಕ : অসমানতা, পার্থকয্, প্রভেদ, ভিন্নতা
ಸ್ಥಾಪನೆ