ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পৃথিৱীৰ উপৰিভাগত আৰু অন্য ভাগ তথা সকলো ঠাইতে পোৱা যোৱা পদার্থ
ಉದಾಹರಣೆ : ইয়াৰ মাটি বৰ ভাল
ಸಮಾನಾರ್ಥಕ : মাটি, মৃত্তিকা, মৃৎ
ಅರ್ಥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ಉದಾಹರಣೆ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
ಸಮಾನಾರ್ಥಕ : ক্ষেত্র, জেগা, ঠাই, থল, থান, প্রদেশ, স্থল, স্থান
ಸ್ಥಾಪನೆ