ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যুধিষ্ঠিৰৰ সৰু ভায়েক যি অর্জুনতকৈ সৰু আছিল
ಉದಾಹರಣೆ : ভীম বহুত শক্তিশালী আছিল
ಸಮಾನಾರ್ಥಕ : বৃকোদৰ, ভীমসেন
ಅರ್ಥ : দীঘল আৰু ডাঙৰ আকাৰৰ গধুৰ গোলাকাৰ এনে এক খণ্ড যিহেৰে কোনো ঠাই সমতল কৰা হয় অথবা শিল-বালি আদি গুড়ি কৰি বাট-পথ আদি নি্র্মাণ কৰা হয়
ಉದಾಹರಣೆ : ৰোলাৰ গাড়ীত লগোৱা ৰোলাৰে পথ আদি সমান কৰা হয়
ಸಮಾನಾರ್ಥಕ : বেলন, ৰোলাৰ
ಸ್ಥಾಪನೆ