ಅರ್ಥ : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী
ಉದಾಹರಣೆ :
সকলো টেক্সীৱালাই ভাৰা লৈ গʼল
ಸಮಾನಾರ್ಥಕ : ভাড়া
ಅರ್ಥ : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন
ಉದಾಹರಣೆ :
ইয়াৰ পৰা দিল্লীলৈ ভাড়া কিমান
ಸಮಾನಾರ್ಥಕ : পৰিবহন ভাৰা, ভাড়া