ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বোজা কঢ়িওৱা কামত লগোৱা পশু
ಉದಾಹರಣೆ : গাধ এবিধ ভাৰবাহী পশু
ಸಮಾನಾರ್ಥಕ : বোজা কঢ়িওৱা পশু, বোজা বাহক পশু, ভাৰবাহী জন্তু, ভাৰবাহী পশু
ಅರ್ಥ : যিয়ে ভাৰ কঢ়িয়াবলৈ সক্ষম বা যাৰ জৰিয়তে ভাৰ বা বোজা কঢ়িওৱা হয়
ಉದಾಹರಣೆ : গাধ এটা বোজাবাহক পশু
ಸಮಾನಾರ್ಥಕ : বোজাবাহক, বোজাবাহী, ভাৰবাহক
ಸ್ಥಾಪನೆ