ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
ಉದಾಹರಣೆ : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
ಸಮಾನಾರ್ಥಕ : বোজা
ಅರ್ಥ : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা
ಉದಾಹರಣೆ : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ
ಸಮಾನಾರ್ಥಕ : বোজ, বোজা
ಅರ್ಥ : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ
ಉದಾಹರಣೆ : এই বস্তুটোৰ ওজন কিমান?
ಸಮಾನಾರ್ಥಕ : ওজন, গধুৰতা, ভৰ
ಅರ್ಥ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
ಉದಾಹರಣೆ : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
ಅರ್ಥ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
ಉದಾಹರಣೆ : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
ಸ್ಥಾಪನೆ