ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ভালপোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ভালপোৱা   বিশেষ্য

ಅರ್ಥ : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ

ಉದಾಹರಣೆ : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়

ಸಮಾನಾರ್ಥಕ : মৰম

ಅರ್ಥ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

ಉದಾಹರಣೆ : প্রেম নিস্বার্থ ্ হʼব লাগে

ಸಮಾನಾರ್ಥಕ : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, প্রেম, মহব্বত

ಅರ್ಥ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

ಉದಾಹರಣೆ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

ಸಮಾನಾರ್ಥಕ : অনুৰাগ, প্রণয়, প্রীতি, প্রেম