ಅರ್ಥ : উত্তম হোৱাৰ অৱস্থা
ಉದಾಹರಣೆ :
চৰিত্র ভালেই সকলো ভাল
ಸಮಾನಾರ್ಥಕ : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা
ಅರ್ಥ : যি ৰুচিৰে ভৰপূৰ
ಉದಾಹರಣೆ :
তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
ಸಮಾನಾರ್ಥಕ : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক
ಅರ್ಥ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
ಉದಾಹರಣೆ :
মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
ಸಮಾನಾರ್ಥಕ : বঢ়িয়া
ಅರ್ಥ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
ಉದಾಹರಣೆ :
এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
ಸಮಾನಾರ್ಥಕ : বঢ়িয়া