ಅರ್ಥ : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য
ಉದಾಹರಣೆ :
এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ
ಸಮಾನಾರ್ಥಕ : চিন্তা কৰা, ভবা
ಅರ್ಥ : কোনো বিষয় বা কার্যৰ সিদ্ধি সম্বন্ধে মনত বাৰে-বাৰে বিচাৰ কৰা
ಉದಾಹರಣೆ :
সকলো ভাল হʼব আপুনি কিয় চিন্তা কৰি আছে
ಸಮಾನಾರ್ಥಕ : চিন্তা কৰা