ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
ಉದಾಹರಣೆ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
ಸಮಾನಾರ್ಥಕ : খিয়াল, খেয়াল, ভাব, মনোভাব
ಅರ್ಥ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
ಉದಾಹರಣೆ : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
ಸಮಾನಾರ್ಥಕ : উগুল-থুগুল, খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনি, ভাৱনা
ಸ್ಥಾಪನೆ