ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ
ಉದಾಹರಣೆ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে
ಸಮಾನಾರ್ಥಕ : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ
ಅರ್ಥ : বহুত ধন থকা কোষ বা স্থান
ಉದಾಹರಣೆ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল
ಸಮಾನಾರ್ಥಕ : কোষ, কোষাগাৰ, খাজানা
ಅರ್ಥ : সঞ্চিত ধন, জ্ঞান আদি
ಉದಾಹರಣೆ : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ
ಸಮಾನಾರ್ಥಕ : কোষ, খাজানা, নিধি
ಅರ್ಥ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
ಅರ್ಥ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
ಉದಾಹರಣೆ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
ಸಮಾನಾರ್ಥಕ : ভঁ্ৰাল, সাগৰ
ಸ್ಥಾಪನೆ