ಅರ್ಥ : পৰিশ্রম কৰি কৰি আৰু পৰিশ্রম কৰিব নোৱাৰা হোৱা অৱস্থা
ಉದಾಹರಣೆ :
ইমান কাম কৰাৰ পিছতো তেওঁৰ ্ ভাগৰ লগা নাই
ಸಮಾನಾರ್ಥಕ : অৱস হোৱা, অৱসন্ন কৰা, ক্লান্ত হোৱা, ক্লান্ত-শ্রান্ত হোৱা, ভাগৰা, লেবেজান হোৱা পৰিশ্রান্ত হোৱা
ಅರ್ಥ : ভাগৰি যোৱা কার্য
ಉದಾಹರಣೆ :
লʼৰাটোৰ পিছত দৌৰি-দৌৰি মাকৰ ভাগৰ লাগিল