ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
ಉದಾಹರಣೆ : বানপানীত কিমান যে পশু উটি গৈছে
ಸಮಾನಾರ್ಥಕ : উটা, উটি যোৱা, উটি-ভাহি যোৱা, ওপঙা, বৈ যোৱা, ভাসমান হোৱা, ভাহি যোৱা
ಅರ್ಥ : যি দ্রৱত উপঙি আছে
ಉದಾಹರಣೆ : শিশুটোৱে পানীত উপঙি থকা কাগজৰ নাওখন দেখি হাত চাপৰি বজাইছিল
ಸಮಾನಾರ್ಥಕ : উপঙা, উপঙি থকা, প্লৱমান, ভাসন্ত, ভাসমান, ভাহি থকা
ಸ್ಥಾಪನೆ