ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ভঙা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ভঙা   ক্ৰিয়া

ಅರ್ಥ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া

ಉದಾಹರಣೆ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে

ಸಮಾನಾರ್ಥಕ : ছিঙা, টুকুৰা কৰা, ভগা, ভাগি দিয়া, ভাঙি দিয়া

ಅರ್ಥ : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা

ಉದಾಹರಣೆ : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা

ಸಮಾನಾರ್ಥಕ : টুকুৰা কৰা

ಅರ್ಥ : কোনো বস্তু টুকুৰা-টুকুৰ হোৱা

ಉದಾಹರಣೆ : কাঁচৰ পাত্রটো হাতৰ পৰা পিছলখাই ভাঙিল

ಸಮಾನಾರ್ಥಕ : ভাঙি যোৱা

ಅರ್ಥ : সম্বন্ধ আদি ভাঙি যোৱা

ಉದಾಹರಣೆ : চালমাৰ বিয়াখন ভাঙি গʼল

ಅರ್ಥ : কোনো অস্তিত্বত নথকা

ಉದಾಹರಣೆ : গাঁৱৰ পুৰণি স্কুলখন ভাগিল

ಸಮಾನಾರ್ಥಕ : ভাঙি যোৱা

ভঙা   বিশেষণ

ಅರ್ಥ : যিটো ভাঙিছে বা ভঙ্গ হৈছে

ಉದಾಹರಣೆ : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল

ಸಮಾನಾರ್ಥಕ : খণ্ডিত, বিখণ্ডিত, ভগা, ভগ্ন, ভঞ্জিত

ಅರ್ಥ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে

ಉದಾಹರಣೆ : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য

ಸಮಾನಾರ್ಥಕ : দী্র্ণ, বিদী্র্ণ, ভগা, ভগা-ছিগা, ভগ্ন, ভঙা-ছিঙা