ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ಉದಾಹರಣೆ : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
ಸಮಾನಾರ್ಥಕ : ছিঙা, টুকুৰা কৰা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
ಅರ್ಥ : পৃথক বা বেলেগ হোৱা
ಉದಾಹರಣೆ : মুন্নাৰ এটা দাঁত ভাগিল
ಅರ್ಥ : যিটো ভাঙিছে বা ভঙ্গ হৈছে
ಉದಾಹರಣೆ : শিৱৰ ভঙা ধনুখন দেখি পৰশুৰাম কোপিত হʼল
ಸಮಾನಾರ್ಥಕ : খণ্ডিত, বিখণ্ডিত, ভগ্ন, ভঙা, ভঞ্জিত
ಅರ್ಥ : যিটো বাগৰি পৰিছে বা ভাঙি গৈছে
ಉದಾಹರಣೆ : তেওঁ ভগ্ন ঘৰত জীৱন-যাপন কৰিবলৈ বাধ্য
ಸಮಾನಾರ್ಥಕ : দী্র্ণ, বিদী্র্ণ, ভগা-ছিগা, ভগ্ন, ভঙা, ভঙা-ছিঙা
ಸ್ಥಾಪನೆ