ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বৰ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বৰ   বিশেষ্য

ಅರ್ಥ : কোনো দেৱতা বা জ্যেষ্ঠজন প্রসন্ন হৈ কোনো অভিপ্রেত বস্তু বা সিদ্ধি প্রদান কৰা ক্রিয়া বা ভাৱ

ಉದಾಹರಣೆ : মহাত্মাই তেওঁক পুত্রলাভৰ বৰ দিলে

ಸಮಾನಾರ್ಥಕ : বৰ দান, বৰদান

ಅರ್ಥ : যিজন পুৰুষৰ বিবাহ হৈ আছে বা হৈ গৈছে

ಉದಾಹರಣೆ : নিজৰ লʼৰাক দৰাৰ ৰূপত দেখি মাক প্রফুল্লিত হৈছিল

ಸಮಾನಾರ್ಥಕ : দৰা

ಅರ್ಥ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, মতা, স্বামী

বৰ   বিশেষণ

ಅರ್ಥ : যি পৰিমাণত বেছি

ಉದಾಹರಣೆ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

ಸಮಾನಾರ್ಥಕ : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ