ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে
ಉದಾಹರಣೆ : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে
ಸಮಾನಾರ್ಥಕ : বর্ষীয়ান, বুঢ়া, বৃদ্ধ, বৃদ্ধ লোক, বৃদ্ধলোক, বয়সীয়াল, বয়স্ক, বয়স্থ, বয়োবৃদ্ধ
ಅರ್ಥ : যি বাল্যাৱস্থা পাৰ কৰি যৌৱনত ভৰি দিছে
ಉದಾಹರಣೆ : তেওঁ বয়সীয়া যদিও শিশুৰ দৰে ব্যৱহাৰ কৰে
ಸಮಾನಾರ್ಥಕ : বয়সস্থ, বয়সিয়াল
ಸ್ಥಾಪನೆ