ಅರ್ಥ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য
ಉದಾಹರಣೆ :
বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল
ಸಮಾನಾರ್ಥಕ : আয়োজন
ಅರ್ಥ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি
ಉದಾಹರಣೆ :
এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়
ಸಮಾನಾರ್ಥಕ : ব্যৱস্থাপনা
ಅರ್ಥ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা
ಅರ್ಥ : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান
ಉದಾಹರಣೆ :
কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা
ಅರ್ಥ : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক
ಉದಾಹರಣೆ :
সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়