ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি
ಉದಾಹರಣೆ : সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
ಸಮಾನಾರ್ಥಕ : খৰচ
ಅರ್ಥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য
ಉದಾಹರಣೆ : এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
ಸ್ಥಾಪನೆ