ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ব্যঙ্গ কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ব্যঙ্গ কৰা   বিশেষ্য

ಅರ್ಥ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা

ಉದಾಹರಣೆ : তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে

ಸಮಾನಾರ್ಥಕ : ঠাট্টা কৰা, বিদ্রূপ কৰা

ব্যঙ্গ কৰা   ক্ৰিয়া

ಅರ್ಥ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়

ಉದಾಹರಣೆ : মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে

ಸಮಾನಾರ್ಥಕ : ঠাট্টা কৰা