ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বোধ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বোধ   বিশেষ্য

ಅರ್ಥ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

ಉದಾಹರಣೆ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

ಸಮಾನಾರ್ಥಕ : জ্ঞান, বোধি, সংজ্ঞা, সজ্ঞান

ಅರ್ಥ : বুদ্ধিৰ দ্বাৰা লাভ কৰা জ্ঞান

ಉದಾಹರಣೆ : সকলো ব্যক্তিৰ বোধশক্তি ভিন ভিন হয়

ಸಮಾನಾರ್ಥಕ : প্রাজ্ঞা, বোধশক্তি

ಅರ್ಥ : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ

ಉದಾಹರಣೆ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে

ಸಮಾನಾರ್ಥಕ : বুদ্ধি

ಅರ್ಥ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

ಉದಾಹರಣೆ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

ಸಮಾನಾರ್ಥಕ : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি