ಅರ್ಥ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
ಉದಾಹರಣೆ :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
ಸಮಾನಾರ್ಥಕ : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা
ಅರ್ಥ : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য
ಉದಾಹರಣೆ :
তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে
ಅರ್ಥ : বেয়া দশা বা অৱস্থালৈ অনা কার্য
ಉದಾಹರಣೆ :
ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে
ಅರ್ಥ : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়
ಉದಾಹರಣೆ :
দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে
ಸಮಾನಾರ್ಥಕ : নষ্ট কৰা