ಅರ್ಥ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
ಉದಾಹರಣೆ :
বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
ಸಮಾನಾರ್ಥಕ : লেতেৰা
ಅರ್ಥ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে
ಉದಾಹರಣೆ :
তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে
ಸಮಾನಾರ್ಥಕ : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা
ಅರ್ಥ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
ಉದಾಹರಣೆ :
ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
ಸಮಾನಾರ್ಥಕ : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা