ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো এক সমষ্টি বা গোটৰ পৰা বেলেগ কৰা:তেওঁ ্ পাচিটোৰ পৰা ভাল ভাল আম বাছি আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : আঁতৰ্ কৰা, পৃথক কৰা, বাছা
ಅರ್ಥ : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা
ಉದಾಹರಣೆ : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত
ಸಮಾನಾರ್ಥಕ : আঁতৰ ্কৰা, আঁতৰোৱা, পৃথক কৰা
ಅರ್ಥ : বেলেগ বা পৃথক কৰা
ಉದಾಹರಣೆ : সীতাই চাউলত মিহলি হৈ থকা ডালিখিনি বেলেগ কৰি আছে
ಸಮಾನಾರ್ಥಕ : পৃথক কৰা
ಸ್ಥಾಪನೆ