ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এটাক এৰি দি কোনোবা এটা
ಉದಾಹರಣೆ : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে
ಸಮಾನಾರ್ಥಕ : অইন, অন্য, অন্যান্য, আন, পৰ
ಅರ್ಥ : আঁতৰোৱা বা দূৰ কৰা
ಉದಾಹರಣೆ : পৃথক আহাৰখিনি লৈ তেওঁ ভিতৰলৈ গুচি গʼল
ಸಮಾನಾರ್ಥಕ : পৃথক, ভিন্ন
ಅರ್ಥ : মিহলি হৈ নথকা
ಉದಾಹರಣೆ : বিভিন্ন দাইলবোৰ অমিশ্রিতকৈয়ে ৰাখিবা
ಸಮಾನಾರ್ಥಕ : অমিশ্রিত, পৃথক
ಅರ್ಥ : দ্বিতীয় কোনো
ಉದಾಹರಣೆ : মোৰ লগত আন মানুহো আছে
ಸಮಾನಾರ್ಥಕ : অইন, অন্য, আন, আৰু
ಸ್ಥಾಪನೆ