ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বেলা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বেলা   বিশেষ্য

ಅರ್ಥ : ভোজন কৰাৰ নিশ্চিত সময়

ಉದಾಹರಣೆ : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

ಸಮಾನಾರ್ಥಕ : সময়

ಅರ್ಥ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ಉದಾಹರಣೆ : সময় কাৰোবাবে ৰৈ নাথাকে

ಸಮಾನಾರ್ಥಕ : কাল, ক্ষণ, সময়

ಅರ್ಥ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ಉದಾಹರಣೆ : এই কামটো কৰিবৰ সময় হʼল

ಸಮಾನಾರ್ಥಕ : ক্ষণ, দাও, সময়, সুচল, সুযোগ

বেলা   ক্ৰিয়া

ಅರ್ಥ : ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য

ಉದಾಹರಣೆ : সীমাই বৰ খৰকৈ বেলিব পাৰে