ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ধাতুৰে নি্র্মাণ কৰা এবিধ পাতল উপকৰণ যাৰ গুৰিৰ ফুটা অংশত সূতা সুমুৱাই কাপোৰ আদি চিলোৱা হয়
ಉದಾಹರಣೆ : কাপোৰ চিলাই থাকোতে সীতাৰ হাতত বেজি সোমাই গʼল
ಸಮಾನಾರ್ಥಕ : বেজী
ಅರ್ಥ : চিকিৎসা জগতত জীৱৰ শৰীৰত তৰল ঔষধ সুমুওৱাৰ কাৰণে ব্যৱহৃত আগ অংশত বেজি লগোৱা নলী আকাৰৰ এক উপকৰণ
ಉದಾಹರಣೆ : চিকিৎসকে বিষত চটফটাই থকা ৰোগীজনক বেজি দিলে
ಸಮಾನಾರ್ಥಕ : ইনজেকচন, ইনজেক্সন
ಸ್ಥಾಪನೆ