ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
ಉದಾಹರಣೆ : মোৰ ধনৰ মোনাটো চুৰি হʼল
ಸಮಾನಾರ್ಥಕ : জোলোঙা, মোনা
ಅರ್ಥ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
ಉದಾಹರಣೆ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
ಸಮಾನಾರ್ಥಕ : কোব, সোঁত
ಅರ್ಥ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
ಉದಾಹರಣೆ : ককাই ৰচীদবোৰ মোনাত ৰাখে
ಸಮಾನಾರ್ಥಕ : মোনা
ಅರ್ಥ : তীব্র হোৱা অৱস্থা
ಉದಾಹರಣೆ : বতাহ বহুত বেগেৰে বৈ আছে
ಸಮಾನಾರ್ಥಕ : তীব্রতা
ಅರ್ಥ : বৈ যোৱা কার্য ্বা ভাব
ಉದಾಹರಣೆ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
ಸಮಾನಾರ್ಥಕ : ধাৰা, প্রবাহ, সোঁত
ಅರ್ಥ : মোনাৰ বস্তু
ಉದಾಹರಣೆ : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে
ಸಮಾನಾರ್ಥಕ : বস্তা, মোনা
ಅರ್ಥ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
ಉದಾಹರಣೆ : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
ಸಮಾನಾರ್ಥಕ : গতি, তীব্রতা
ಸ್ಥಾಪನೆ