ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি মাত্রা হিচাপত অধিক
ಉದಾಹರಣೆ : মন্ত্রী মহোদয়ে এই বছৰ বহুত ডাঙৰ বাজেট উত্থাপন কৰি
ಸಮಾನಾರ್ಥಕ : গধুৰ, বহুত ডাঙৰ
ಅರ್ಥ : দেখাত বিশাল আৰু সুন্দৰ
ಉದಾಹರಣೆ : তাজমহল এটা জকমকীয়া প্রাসাদ
ಸಮಾನಾರ್ಥಕ : জকমকীয়া
ಅರ್ಥ : বহুত ডাঙৰ
ಉದಾಹರಣೆ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
ಸಮಾನಾರ್ಥಕ : ডাঙৰ, প্রভূত, বিপুল, বিৰাট
ಅರ್ಥ : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ
ಉದಾಹರಣೆ : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে
ಸಮಾನಾರ್ಥಕ : বিশাল, বিৰাট, বৃহদ
ಸ್ಥಾಪನೆ