ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু আদি অধিক মাত্রাত ওপৰৰ পৰা সৰি পৰা কার্য
ಉದಾಹರಣೆ : ভক্তই সাধুবাবাৰ ওপৰত পুষ্প বৃষ্টি কৰিছে
ಸಮಾನಾರ್ಥಕ : ্বর্ষণ
ಅರ್ಥ : পানী বৰষা কার্য
ಉದಾಹರಣೆ : ভাৰতৰ চেৰাপুঞ্জীত সকলোতকৈ বেছি বৰষুণ হয়
ಸಮಾನಾರ್ಥಕ : আকাশসলিল, বা-বৰষুণ, বৰষুণ, বৰষুণ-বাদল, মেঘদ্রৱ, মেঘোদক, মেঘৰস
ಅರ್ಥ : ডাৱৰৰ পৰা পৰা পানীৰ টোপাল
ಉದಾಹರಣೆ : তেওঁ বৰষুণত তিতিলে
ಸಮಾನಾರ್ಥಕ : বর্ষা, বৰষুণ
ಸ್ಥಾಪನೆ