ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি বেছি বয়সীয়া
ಉದಾಹರಣೆ : বুঢ়া মানুহক ইয়াত বিনামূলীয়াকৈ সেৱা আগবঢ়োৱা হয়
ಸಮಾನಾರ್ಥಕ : বুঢ়া, বুঢ়া মানুহ, বৃদ্ধ, বয়সীয়া মানুহ, বয়োবৃদ্ধ
ಅರ್ಥ : যি বার্দ্ধক্য অৱস্থা লাভ কৰিছে বা যি পঞ্চাছ-ষাঠি বছৰ অতিক্রম কৰিছে
ಉದಾಹರಣೆ : তেওঁ নিজৰ বুঢ়ী মাকৰ সেৱাত ব্রতী হৈছে
ಸಮಾನಾರ್ಥಕ : বর্ষীয়ান, বুঢ়া, বৃদ্ধ, বৃদ্ধলোক, বয়সীয়া, বয়সীয়াল, বয়স্ক, বয়স্থ, বয়োবৃদ্ধ
ಸ್ಥಾಪನೆ