ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভাষাৰ জ্ঞান থকা
ಉದಾಹರಣೆ : মই তামিল নুবুজোঁ
ಸಮಾನಾರ್ಥಕ : বুজা
ಅರ್ಥ : ধ্যান বা বোধলৈ অহা
ಉದಾಹರಣೆ : এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই
ಅರ್ಥ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
ಉದಾಹರಣೆ : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
ಸಮಾನಾರ್ಥಕ : জনা
ಅರ್ಥ : কিহবাৰ স্বভাৱ বা গুণ আদি জনা
ಉದಾಹರಣೆ : মই তেওঁক বুজিব পৰা নাই
ಸಮಾನಾರ್ಥಕ : জনা, বুজা
ಸ್ಥಾಪನೆ