ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বীজ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বীজ   বিশেষ্য

ಅರ್ಥ : ফুলযুক্ত উদ্ভিদ বা শস্যৰ দানা বিশেষ অথবা বৃক্ষৰ ফলৰ সেইবোৰ গুটি যʼৰ পৰা ঠিক একেধৰণৰ নতুন উদ্ভিদ, শস্য বা বৃক্ষ উৎপন্ন হয়

ಉದಾಹರಣೆ : খেতিয়কে পথাৰত ঘেঁহুৰ বীজ সিঁচি আছে

ಅರ್ಥ : যি কোনো কাম আদিৰ বাবে প্রেৰণা দিয়ে বা কোনো কাৰণবশতঃ উৎপন্ন হোৱা ভাৱ

ಉದಾಹರಣೆ : মনোহৰৰ ব্যৱহাৰে শীলাৰ মনত ঘৃণাৰ বীজ ৰোপন কৰিলে