ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ বিৰক্তি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

বিৰক্তি   বিশেষ্য

ಅರ್ಥ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে

ಉದಾಹರಣೆ : মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে

ಸಮಾನಾರ್ಥಕ : অসন্তুষ্টতা, আমনি, তিক্ততা

ಅರ್ಥ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব

ಉದಾಹರಣೆ : আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল

ಸಮಾನಾರ್ಥಕ : আমনি

ಅರ್ಥ : আমনি লগা পৰিস্থিতি

ಉದಾಹರಣೆ : দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ

ಅರ್ಥ : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি

ಉದಾಹರಣೆ : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়

ಸಮಾನಾರ್ಥಕ : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰাগ

ಅರ್ಥ : বিৰক্তিৰ অৱস্থা বা ভাৱ

ಉದಾಹರಣೆ : তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে

ಸಮಾನಾರ್ಥಕ : আমনি

ಅರ್ಥ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব

ಉದಾಹರಣೆ : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে

ಸಮಾನಾರ್ಥಕ : অনাসক্তি, আসক্তিহীনতা, বিৰাগ